Welcome to Recipes.com

With simplicity, Assamese cuisine is a blend of different native styles with significant regional variations and some external influences. My blog Recipes.com is basically for those people who really love different kind of Assamese cuisine. Here I have shared a few very well-liked dishes from my native soil Assam. Apart from Assamese recipes I have shared different kind of recipes through this blog. Hope you will like it..........

Powered By Blogger

Thursday, December 6, 2018

কচু পিটিকা (Taro mashed)


কচু পিটিকা (Taro mashed)
A delicious Assamese choice... easy to prepare... enough to captivate all your senses.💁


Ingredients:

  • কচু 
          4 to 5 medium pieces of Taro.... boiled and mashed (Taste better when you boil it with lentils...)

  • পিয়াজ 
          1 medium sized onion sliced

  • জলকীয়া 
          Chillies - as per taste

  • আদা 
          Chopped ginger 1/2 tsp

  • ধনীয়া 
          Coriander leaves chopped

  • নিমখ 
          Salt to taste

  • মিঠাতেল 
          Few drops of mustard oil


Method:

Mix all the ingredients...mash well adding few drops of raw mustard oil ...and serve with your favourite meal...


Tuesday, December 4, 2018

ৰঙালাউ আৰু অমিতাৰ সৈতে চয়াবিনৰ তৰকাৰী Soyabean cooked with pumpkin & raw papaya



ৰঙালাউ আৰু অমিতাৰ সৈতে চয়াবিনৰ তৰকাৰী
Soyabean cooked with pumpkin & raw papaya💁


Ingredients:

  • চয়াবিন Soya chunks - 2 cups
  • ৰঙালাউ Pumkin- few medium chunks (approx 10-12)
  • আলু Potato 1- cut in cubes
  • কেঁচা অমিতা Raw papaya - few pieces (cut into cubes)
  • পিয়াজ Onion-1 chopped
  • তেল Oil - as much required
  • হালধী Turmeric powder- 1tsp
  • আদা নহৰু বতা Ginger garlic paste- 1tsp
  • জলকীয়া Green chilly- as per taste
  • জিৰা গুড়ি Cumin powder - 1 tsp
  • জালুক Black pepper crushed - 1/2 tsp
  • গৰম মছলা Garam masala - 1/2 tsp
  • নিমখ Salt as per taste
  • ধনীয়া Coriander leaves (optional)

Method:

  • Soak thr soya chunks in warm water about half hour..squeez the all excess water...keep aside
  • Heat oil and add bay leaves, onion,chillies, turmeric, cumin powder and ginger-garlic paste and mix well. 
  • When all ingredients change colour, add the soya chunks ..mix well and fry for 5 minutes on medium to high flame...
  • Now add rest of vegetables like potato, pumpkin & raw papaya...Add salt & black pepper ..mix well and fry them 10 minutes or till vegetables become half tender...
  • Add 1 cup of warm water ..cover cook over low heat till all the vegetables are well cooked. 
  • Sprinkle garam masala powder & garnish with coriander leaves and serve as you want...


ৰবাৱ টেঙা……শীতৰ জুতি The citrus treat...Pomelo fruit(ৰবাৱ টেঙা)

ৰবাৱ টেঙা……শীতৰ জুতি
The citrus treat.....Pomelo fruit(ৰবাৱ টেঙা)

When the pulpy pink or white varity of Pomelo Fruit flesh mixed with chilly, salt, freshly chopped coriander & few drops of raw mustard oil than the magical winter treat will be ready in no time...Than what's the wait for? Let's try...🍊🍊

Please Note: Have prepared the white one

গাহৰিৰ মাংস Pork meat dry fry...The palatable dish



গাহৰিৰ মাংস
Pork meat dry fry...The palatable dish🐷
Ingredients:


  • গাহৰিৰ মাংস 
          500 grms pork meat (boil in a pressure cooker for two whistles. Once boiled strain out the water            and keep aside)
  • পিয়াজ 2 large chopped onions 
  • আলু 1 mid sized potato -optional (cut in cubes).
  • বিলাহী One tomato- cut into medium pieces
  • নহৰু 1 tsp garlic paste
  • আদা 1 tsp ginger paste
  • হালধী 1/2 tsp turmeric powder
  • জালুক 1 tsp black pepper powder
  • নিমখ Salt ( according to your taste)
  • জলকীয়া Green chili (as per your taste)
  • মিঠাতেল 2 tbs mustard oil ( don't use too much oil 
          as pork fat itself release oil)

  • ধনীয়া Coriander leaves for garnishing

Method:

  • Heat oil in a pan. Add chopped onion and fry them till light golden.
         কেৰাহীত তেল গৰমাই পিয়াজ সামান্য ৰঙচুৱা হোৱালৈ ভাজক

  • Add chili,ginger-garlic paste and fry it for a minute .
         এতিয়া জলকীয়া, আদা-নহৰু বতা দি কিছু সময় ভাজক

  • Then add black pepper powder, turmeric powder and fry till oil separates
          অলপ জালুকৰ গুড়ি আৰু হালধী গুড়ি দি সামান্য ভাজক

  • Now add pork pieces along with d potato pieces . 
         এতিয়া আগতেই সিজাই থোৱা গাহৰি আৰু আলু কেৰাহীৰ মছলাৰ লগত যোগ কৰক
  • Sprinkle salt and mix it well 
         সোৱাদ অনুযায়ী নিমখ মাংসত দি ভালদৰে মিহলাওক

  • Add the tomato pieces . Mix gently and fry them for 15 minutes. 
         বিলাহী টুকুৰা কেইটা মাংসত দি ১৫ মিনিটমান সময় ভালদৰে ভাজক

  • Garnish with fresh coriander leaves and serve it hot.
          ধনীয়া পাত দি গৰমে গৰমে মাংসৰ সোৱাদ লওক


দেওঁৱৰীয়া ভাতসাঁজ Sunday toothsome treat


দেওঁৱৰীয়া ভাতসাঁজ
Sunday toothsome treat🍛🍚

থালি খনত আছে
In the platter💁




পাভ মাছ ভজা
Indian butter fish fry



পুৰা বেঙেনা- বিলাহী পিটিকা
Fire grilled brinjal & tomato mashed



কোমোৰা ভাজি
White gourd fry



পটল ভাজি
Pointed gourd fry



জহাঁ চাউলৰ ভাত
Steamed Joha rice



বেঙেনা ভাজি
Brinjal fry



মাছ আৰু আলুৰ জালুকীয়া জোল
Fish peppery curry cooked with potato



দৈ আৰু ৰসোগোল্লা
Curd & Rasgulla



টিয়ঁহ কেইটুকুৰামান
Cucumber



নেমু
Lemon


Friday, November 17, 2017

ঔ টেঙাৰ সৈতে গৰৈ, খলিহনা, কাৱৈটিলাৰ আঞ্জা………

মাছৰ সৈতে টেঙাৰ আঞ্জা ভাল নোপোৱা অসমীয়া হয়তো আঙুলিৰ মুৰত গণিব লগীয়া……আখলত আজি……

ঔ টেঙাৰ সৈতে গৰৈ, খলিহনা, কাৱৈটিলাৰ আঞ্জা………

( গৰৈ channa punctatus, খলিহনা Indian paradise,  কাৱৈ climbing perch fishes cooked with elephant apple)

Ingredients:

গৰৈ মাছ, খলিহনা, কাৱৈ মাছ Shallow fried channa punctatus , Indian paradise fish, climbing perch fish -250 grm

ঔ টেঙা Half Ou Tenga (elephant apple)

হালধি a pinch of turmeric powder

নিমখ salt to taste

মিঠাতেল 1tsp Mustard oil

সৰিয়হ1/2 tsp mustard seed

জলকীয়া 1 whole green chilly

পিঠাগুড়ি 1 tsp rice flour

Method:

Cut the Ou Tenga into medium pieces and boil in a pressure cooker adding some water and a pinch of salt to it (to reduce cooking time)

In a pan, heat the mustard oil and add 1tbs mustard seeds, turmeric powder, chilly and salt .

Add boiled Ou tenga pieces along with the boiled water

If necessary add another glass of water and simmer for a minute.

Mix the rice flour with a little water to make a light paste and add to the pan.

In the boiling stew add the fried fishes and cook for another 15 minutes

Finally, it is ready to enjoy the  sour curry with steamed rice......

#assam #assamesefood #axom #assameserecipes #awesomeassam #assamtourism #northeastfood #fishcurry #ethnicrecipes

কুমলীয়া আদা পাতৰ লগত মাছৰ জাল দিয়া ( Fish cooked with tender ginger leaves )

Ingredients:

মাছ Half fried fresh water or river  Fish any (you can take any small or medium variety)- 250 grm

আদা Ginger paste - 3 tsp

কুমলীয়া আদা পাতৰ ৰস - Tender ginger leaves extract - 1/2 cup

নহৰু Garlic paste 1/2 tsp

মিঠাতেল Mustard oil- 2 tsp

হালধী গুড়ি Turmeric powder- ½ tsp

জলকীয়া Green chilies- as per taste


Method:

Heat the mustard oil in a pan  and green chilies.

Now add the ginger paste , garlic paste, turmeric powder and fry over medium heat, stirring constantly for a few seconds.

Add the water,  ginger leaves extract, salt and let the curry  to  boil for 5 minutes. You can also add 2-3 tender ginger leaves into the boiling gravy to enhance the flavour...

Add the fried fishes and simmer for about 10 minutes so that the gravy is infused into the fish.

Serve with plain rice.

#assam #assameserecipes #assamtourism #awesomeassam #assamesefood #foodofassam #ethnicrecipes #fishrecipes #northeastfood #indianfood

চাল কোমোৰা - মাছৰ খাৰ… Ash gourd- fish Khar/alkali

Ingredients:

Small fried Fish any  : as much you want (here I have taken small climbing perch/কাৱৈটিলা fish.. )

Ash gourd/ winter melon: 4 cups, chopped

Mustard oil: 2tbs

Crushed garlic cloves: 1/2 tbsp

Slit green chillies: as per taste

Salt: to taste

Kolakhar: 1 tbsp or sodiumbicarbonate a pinch

Method:

Heat oil and fry the garlic till brown.

Add chopped ash gourd  and stir for about half a minute.

Add slit green chillies, salt,and kolakhar or sodium bicarbonate.

Now add the fried fish  pieces and stir for a minute

Add water and close the lid

Cook for another 15 minutes and switch off the gas.

The  khar is ready to serve with rice.

Before serving sprinkle few drops of raw mustard oil to enhance the taste.....

#assam #axom #assameserecipes #assamesefood #northeastfood #ethnicrecipes #ethnicfood #indianfood

Monday, April 10, 2017

শীতৰ খোৱা বোৱা, নষ্টালজিয়া আৰু বহুতো…

জাৰৰ দিনকেইতাৰ আমেজেই সুকীয়া ৷ ভাল পাইছিলো ৰাতিপুৱাই বগাকৈ চানি ধৰা দাথ কুঁৱলী, দিনৰ ৰ'দত গৰমাই থোৱা  লেপ- তুলি বোৰৰ উমাল পৰশ, চাই ভাল লগা ককা-আইতাৰ ঘৰত মৰণা মৰাৰ দৃশ্যবোৰ, মৰণা মাৰি একাষৰীয়া কৰি থোৱা খেৰৰ দ'মবোৰত জপিয়াই ফুৰা সময়বোৰ লগতে জুইৰ ওচৰত পৰিয়াল তথা বন্ধু বৰ্গৰ লগত ঘুৰণীয়াকৈ বহি মেল মৰা ৷ তাৰোপৰি কেনেকৈনো পাহৰো  ৰঙা ৰঙা আঙঠাত পুৰি লোৱা নতুন আলু -বেঙেনাৰ মলমলীয়া গোন্ধ, আইতাই বনোৱা নতুন চাউলৰ চুঙা পিঠা কেইটা, নতুন আঠা লেতীয়া জহা চাউলৰ  লগত জালুকীয়া পাৰ মাংস…আস কি সোৱাদ আৰু কত' যে কি ৷ 

শীত নমাৰ লগে লগেই কব নোৱাৰাকৈ মনত  অপাৰ আনন্দ ৷ ভাল লাগিছিল ৰাতিপুৱাই  কুৱলী ফালি লগৰীয়াৰ লগত টিউচনত যোৱা দিনবোৰ ৷ ঠেঠুৱৈ ধৰা নৱেম্বৰ-ডিচেম্বৰ মাহত বছেৰেকীয়া পৰীক্ষাবোৰৰ দিনবোৰনো কেনেকৈ পাহৰো?  ৩১ ডিচেম্বৰৰ দিনা বছেৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট ভয়ে ভয়ে আনিবলৈ যোৱাৰ দিনবোৰ এতিয়াও সজীৱ ৷  শৈশৱ মনটোৱে  মায়ে গুঠি  দিয়া ছুৱেটাৰ টোৰ মূল্য তেতিয়া হয়টো ধৰিৱই পৰা নাছিল ৷ আকৃষ্ট হৈছিলো সেই ৰং বিৰঙৰ গৰম কাপোৰ বোৰৰ প্ৰতি যিবোৰ চকুত লগাকৈ দোকানত আৰি আৰি থৈছিল ৷  অৱশ্যে মা- দেউতাই সেই হেপাহবোৰ সামৰ্থ অনুযায়ী  পূৰণো কৰিছিল ৷

গোলকীয় উষ্ণতা ক্ৰমাৎ বৃদ্ধি পোৱাত আগৰ তুলনাত যদিও শীতৰ প্ৰকোপ অসমত দিনক দিনে কমি আহিছে তথাপিতো যিকেইটা দিন থাকে তাৰ মাদকতা অনুপম ৷ পুহ মাঘ মাহৰ হাড় কপোৱা জাৰ ৷ তাতে আকৌ পথাৰৰ সোণগুটিৰ সৈতে লখিমীক আদৰাৰ সময়, ন-খোৱা পৰ্ব, চেনেহৰ ভোগৰ উৎসৱ ভোগালী বিহুটিত ভোগ কৰাৰ সময় এই শীততেই ৷ এই দিনকেইটাত ঘৰ, হাট বা বজাৰ সমূহ  সজীৱ শাক-পাচলি, মাছ-মাংস তথা  দৈ-মিঠৈ আদিৰে উভৈনদী ৷ জন্ম সূত্ৰে মই সোণাপুৰৰ জিয়ৰী ৷ সেয়েহে মই দেখি অহা আমাৰ শণিবৰীয়া সোণাপুৰৰ সাপ্তাহিক বজাৰ খনো ইয়াৰ ব্যতিক্ৰম নহয় ৷ বিশেষকৈ  শীতৰ পাচলি বজাৰ খন বিশেষভাৱে আৰ্কষণীয় ৷ শীতৰ সোণাপুৰৰ নৈসৰ্গিক ৰূপ কথানো  কি কম ?  পথৰ দাঁতিকাষৰীয়া সোণোৱালী ধাননী পথাৰ,  পকা ধানৰ সুৱাস, সেউজীয়া হৈ থকা শাকণীবাৰী বোৰ……সচাকৈ যাদুকৰী পৰিৱেশ ৷ এতিয়া ধাননী পথাৰবোৰৰ ঠাইত অসংখ্য ধাবাৰ (Dhaba) হে যেন খেতি ঠন ধৰি উঠিছে ৷ মনটোৱে বৰকৈ কষ্ট পায় যেতিয়া দেখিবলৈ ললো ক্ৰমাৎ কংক্ৰিতৰ গৰাহত মোৰ সোণাপুৰ খন সোমাবলৈ ধৰিছে ৷ লাহে লাহে  গাৱলীয়া জীৱনবোৰ অনিচ্ছা স্বস্তেও চহৰীয়া ঢঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়াত পৰিছে ৷ সেয়ে হয়তো মই এৰি অহা তাহানিৰ সেই গাৱলীয়া  ভাৱৰ সোণাপুৰ খন সংকুচিত হোৱাটো স্বাভাৱিক  ডাঙৰ ডাঙৰ বণিক গোষ্ঠীৰ খোৱা কামোৰাৰ আৱেষ্টণীত  আজি যেন ৰামো নাই…ৰামৰ সেই ৰাজ্যও নাই ৷ অপ্ৰিয় হলেও সত্য

সোণাপুৰৰ সুমথিৰা টেঙাৰ কথা হয়তো সকলোৱে জানে ৷ শৈশৱত নিজ ঘৰতেই এই ৰসাল সুমথিৰা টেঙাবোৰ গছৰ পৰা ছিঙি আনি খোৱাৰ কথা মনত পৰে ৷ কমলা টেঙা নপকোতেই ছিঙি  আনি নিমখ, জলকীয়া, মিঠাতেল সানি খোৱাৰ কথা মনত পৰিলে আজিও মুখত পানী ভৰি পৰে ৷ তাৰোপৰি জাৰৰ দিনকেইতাত ৰ'দত বহি  বিভন্ন টেঙা খোৱাৰ যেন এক নিয়ম আছিল ৷ জলফাই, ওলমি ওলমি লাগি থকা কৰ্দৈ টেঙা, ঢেঁকীত খুন্দা অমৰা - ঔ টেঙা কি যে খোৱা নাছিলো! মোক খা মোক খা কৈ গছত লাগি থকা বগৰী কেইটা লুকাই চুৰকৈ খাব লগীয়া হৈছিল  ৷ কাৰণ সৰস্বতী পূজাৰ দিনৰ পৰাহে বগৰী খোৱাৰ সেউজীয়া সংকেত  জেষ্ঠজনৰ পৰা পাইছিলো ৷

ৰন্ধা-বঢ়াৰ লগতে খোৱা বোৱাত মোৰ কিমান চখ সেই কথা মোৰ পৰিয়ালৰ লোক, আত্মীয় তথা নিকটতম বন্ধু মহলে ভালদৰে জানে ৷ যিহেতু খোৱাৰ প্ৰতি অত্যন্ত দুৰ্বলতা আছে সেয়েহে শীতৰ দিনকেইতাৰ জুতিপূৰ্ণ ব্যঞ্জনৰ বিষয়টো কেনেকৈনো বাদ দিব পাৰো ৷ যোৱা আঠ বছৰ ধৰি বাংগালোৰত  এগৰাকী   "ফুড ব্লগাৰ"  (Food Blogger)  হিচাপে প্ৰতিদিনে এই বিষয়ৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত ৷ খোৱাৰ প্ৰতি থকা মোৰ দূৰ্বলতাৰ পোকটো যেন জাৰকালি অধিক সক্ৰিয়  হৈ উঠে ৷ দৰাচলতে উপায়ো নাই… বতৰেই এনেকুৱা  ৷ জাৰকালি এবাৰ হলেও অসমলৈ যোৱাৰ হেপাহ কণ আজি আঠ বছৰে পূৰণ কৰি আহিছো ৷ অসমীয়াৰ এনে কিছুমান  ব্যঞ্জন ও খাদ্য সম্ভাৰ আছে যাৰ জুতি জাৰকালি ললেহে যেন বেছি সুখ পোৱা যায় ৷ যেনে কোমোৰাৰ লগত তেলাল হাঁহ, মাটি দাইলৰ লগত কাঠ আলু, পাৰৰ মাংস জালুকীয়া, লাই-গাহৰি, চিতল মাছৰ কলঠি ভজা, সাঁজ পানীৰ সৈতে জুইত পুৰা তেলাল গাহৰি মাংস, ভজা মুগা লেটা পলু, জালুক বেছিকৈ দি ৰন্ধা ছাগলী মাংসৰ ক'লা জোল খন,  ইত্যাদি ৷ নামবোৰ ভাবিয়েই দেখোন জিভাৰ পানী টোপা-টোপে পৰিছে ৷ তেনেহলে অপেক্ষা নো কিহৰ? আহক শীতৰ দিনৰ কেইবিধমান জনপ্ৰিয় ব্যঞ্জনেৰে মোৰ এই লিখনিটোৰ সামৰণি মাৰো…

  • ছাগলী মাংসৰ জালুকীয়া জোল : 
হাড় কপোৱা জাৰত জালুক বেছিকৈ দি ৰন্ধা ছাগলীৰ মঙহৰ জুতিৰ যাদু তুলনাবিহীন…শীতৰ সৈতে যুজিবলৈ এয়া যেন সোৱাদযুক্ত উপায় আপোনৰ আখলত…





  • পাৰ মাংসৰ জালুকীয়া 
পাৰ মাংসৰ সমাদৰ অসমীয়াৰ মাজত কিমান তাক নকৈ কোৱাৰ প্ৰয়োজন হয়তো নাই ৷ আদা- নহৰু, জালুক- জিৰা আৰু নতুন আলুৰ লগত বনোৱা পাৰ মাংসৰ আঞ্জা খনৰ সোৱাদ এবাৰ  জিভাত লাগিলে তাক পাহৰা কঠিন………




  • চিতল মাছৰ কলঠি ভজা
মাঘৰ বিহুত উভেনদী হৈ পৰা কাইটিয়া চিতল মাছৰ সোৱাদ লবলৈ ভয় কৰিছে নেকি? এবাৰ ভজা কলঠিৰ সোৱাদ লওক……আপোনাৰ মনটোৱে আকৌ এটুকুৰা  বিছাৰিব……



  • কাঠ আলু ভাজি
চকল চকলকৈ কাটি ভাজি লোৱা কাঠআলু কেইডোখৰ একাপ গৰম চাহৰ লগত শীতৰ সন্ধিয়া উপভোগ কৰাৰ আমেজেই সুকীয়া……




  • লাই- গাহৰি
শীতত উভৈনদী হৈ পৰা লাই পাতৰ লগত গাহৰি মাংসৰ জুতি কেনেকুৱা বুজাই হে বুজে…বোধকৰো বহুতৰে মুখত পানীৰ সোঁত ইতিমধ্যে ববলৈ লৈছে……




  • চুঙাত দিয়া কুকুৰাৰ মাংস
কম তেল মা- মছলা বিহীন এইবিধ ব্যঞ্জন এবাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰক……স্বাস্হ্যপোযগী তথা জুতিপূৰ্ণ ৷



  • চুঙা পিঠা
কুমলীয়া বাঁহৰ চুঙাত তৈয়াৰ হোৱা চুঙা পিঠা কেইটাৰ সোৱাদ বেয়া পোৱা অসমীয়া খুব কমেইহে ওলাব ৷ গৰম গৰম চাঁহৰ লগত আস কি সোৱাদ……




  • পুৰা গাহৰি আৰু ছাই মদ
পুৰা গাহৰি মঙহৰ লগত ছাই মদ এটা আনটোৰ পৰিপূৰক বুলি কলে চাগে ভুল কোৱা নহব… ঠেঠুৱৈ লগা জাৰক হৰুৱাবলৈ এক লোভনীয় উপায়……




  • হাঁহ কোমোৰা
তেলাল হাঁহৰ মঙহক যেতিয়া কেইটুকুৰামান কোমোৰাৰ লগত ৰন্ধা হয় তেতিয়া সোৱাদৰ যাদু সৃষ্টি হোৱাটো স্বাভাৱিক……

  • মাটিমাঁহ দাইলৰ লগত তেলাল খাহী ছাগলী মাংস
তেলাল খাহী মাংস-মাটিমাঁহ একেলগে এবাৰ নিজৰ আখলত বনাওক আৰু মলমলাই থকা নতুন জহা চাউলৰ ভাতৰ সৈতে খাওক…সোৱাদ পাহৰিব নোৱাৰিব…





বিঃদ্ৰঃ শীতৰ দিনত অসমীয়াৰ খোৱা বোৱা কেৱল মই উল্লেখ কৰা উপৰোক্ত ব্যঞ্জণ কেইটাতেই সীমাৱদ্ধ নহয়৷ ৰুচি অনুযায়ী বিভিন্নজনৰ বিভিন্ন ব্যঞ্জণ নিজ নিজ জুহালত তৈয়াৰ হয়৷ 










Thursday, March 23, 2017

কলিজা জালুকীয়া ভাজি (Mutton liver pepper fry)



কলিজা জালুকীয়া ভাজি




Ingredients:
  • ছাগলীৰ কলিজা Mutton liver : 200 grms (cut into small cubes)
  • পিয়াজ Onion : 2 large (finally chopped)
  • বিলাহী Tomato: 1 (cut into medium piecs)
  • আদা-নহৰু Ginger Garlic paste: 1tsp
  • জলকীয়া Chilly: as per taste
  • জিৰা গুড়ি Cumin powder : 1/2 tsp
  • জালুক Crushed black pepper: 1 n1/2 tsp
  • হালধি গুড়িTurmeric powder : 1/2 tsp
  • নিমখ Salt to taste
  • মিঠাতেল Mustard oil: 4-5 tsp
  • গৰম মছলা Freshly ground garam masala: 1/2tsp
  • ধনীয়া Coriander leaves for garnishing

Method:

  • In a hot pan or kadai add mustard oil and heat it.
  • Add sliced onions, chilly, ginger-garlic paste, turmeric powder, cumin powder, black pepper and fry till slight brown in color.
  • Add mutton liver cubes into it..mix well and cook on medium heat until color is changed.
  • Add salt as per taste and tomato pieces....
  • Cover cook on low flame for about 30 minutes
  • If need, sprinkle little bit of water ...
  • Remove the lid...sprinkle 1/2 extra crushed black pepper (as per taste) and garam masala powder .. mix well...cook for another 5 minutes
  • Garnish with freshly chopped coriander leaves
  • Mutton liver pepper fry is ready to enjoy....


Saturday, February 4, 2017

টেঙেচি শাকৰ লগত মাছৰ টেঙা (Fish cooked in a sour gravy of Sorrel leaves)



টেঙেচি শাকৰ লগত মাছৰ টেঙা 

Ingredients:

  • মাছ Fish pieces 5-6 (Take any types of river or sweet water fish)
  • টেঙেচি শাক Indian Sorrel leaves - 2 bunches
  • হালধি গুৰিA pinch of turmeric powder
  • নিমখ Salt to taste
  • মিঠাতেল Mustard Oil 
  • চেনী A pinch of sugar
  • সৰিয়হ গুটি 1/2 tsp mustard seed
  • জলকীয়া 1 whole red chilly
  • নহৰু 3-4 garlic cloves



Method:

  • Boil the leaves for 10 minutes adding a pinch of salt  in 1 n 1/2 cups of water. 
  • Once cooled down squeeze the leaves and keep  the extract with the sorrel leaves boiling water...
  • Fry the salt and turmeric powder coated fish pieces carefully and keep them aside..
  • In a pan, heat a little bit of mustard oil and add  mustard seeds, garlic, turmeric powder, chilly and salt according to your taste.
  • Add Indian Sorrel extract into the pan and cook for 5 minutes
  • If required add more water ..let the curry to boil for 2-3 minutes...
  • Now add the fried fish pieces to the pan and cook for 10 minutes or till done...
  • Finally, it is ready to serve with steamed rice.




Wednesday, January 11, 2017

Lentil fritters cooked with Madhusoleng



মধুসোলেং - মচুৰ দাইলৰ বড়ৰ টেঙা

মধুসোলেং: known as Polygonum Chinese or Chinese knotweed..

Ingredients:


  • মচুৰ দাইল 2 handfuls of split red lentils,washed and soaked in water for an hour

  • মধুসোলেং পাত Madhu soleng leaves - 3 cups (chopped)

  • হালধি গুৰিA pinch of turmeric powder

  • নিমখ Salt to taste

  • মিঠাতেল Oil for frying the bora (fritters)

  • চেনী A pinch of sugar

  • সৰিয়হ গুটি 1/2 tsp mustard seed

  • জলকীয়া 1 whole red chilly

  • নহৰু 3-4 garlic cloves

Method:

  • Drain the water and grind the lentils adding salt n chillies..

  • Heat the oil in a pan and fry some  fritters. Keep aside...

  • In another pan, heat a little bit of mustard oil and add  mustared seeds, garlic, turmeric powder, chilly and salt according to your taste.

  • add the chopped Madhusoleng leaves.. a pinch of sugar and cook for 5 minutes

  • Add a glass of water ..let the curry to boil for 2-3 minutes...

  • Now add the boras (fritters) to the pan and cook for 10 minutes or till done...

  • Finally, it is ready to serve with steamed rice.



Friday, January 6, 2017

সৰু মাছৰ বিবিধ………


অসমীয়া খাদ্য সম্ভাৰত মাছৰ জনপ্রিয়তা কিমান তাক নকৈ কোৱাৰ প্ৰয়োজনীয়তা হয়তো নাই ৷ তাতে আকৌ যদি আখলত সৰু মাছৰ ব্যঞ্জন তেনেহ'লে বহুজনৰ হয়তো দুগৰাহ ভাত সৰহকৈ পেটলৈ যাব ৷ তেন্তে আহকচোন আজি আমি কেইবিধমান সৰু মাছৰ তেনেই সহজ অসমীয়া ব্যঞ্জন প্ৰণালী শিকো………

 ১. পুঠি মাছৰ খাৰ জোল…


সামগ্ৰী :

পুঠি মাছ  ১৫-২০ টা মান

কলাখাৰ  ২ চাহ চামুচ

নহৰু ৩-৪ ফোটা

কেচা জলকীয়া ৩-৪ 

নিমখ সোৱাদ অনুযায়ী 

পানী ২ কাপ


প্ৰণালী: 

 কাটি বাছি ধুই লোৱা মাছ কেইটাত অলপ নিমখ - হালধি  গুড়ি ভলদৰে সানি লব ৷
এতিয়া এটা গৰম কেৰাহীত মিঠাতেলত মাছ কেইটা আধা ভজাকৈ ভাজি লব ৷
সেই একে কেৰাহীতেই নামমাত্র তেল দি সৰিয়হ গুটি কেইটামান মান ফুটাই দিব ৷ লগতে কেচা জলকীয়া, নহৰু আৰু নিমখ দি ভালদৰে লৰাই দিব ৷ লগে লগে কলাখাৰ আৰু পানী দি অলপ সময় উতলিব দিব ৷ জোলখন ভালকৈ উতলি উঠিলে ভাজি থোৱা মাছ কেইটা দি দিব ৷ ১০ মিনিট মান সময় ভালদৰে উতলিবলৈ দিব ৷ সোৱাদ বঢ়াবৰ বাবে কেইটামান কেচা জলকীয়া  জোলখনত জুইৰ পৰা নমোৱাৰ আগতে ফালি দিব পাৰে ৷



২. পাতত দিয়া মোৱা মাছ পিটিকা


সামগ্ৰী:

কলপাত ( ব্যৱহাৰ কৰাৰ আগত পাতকেইখিলা যাতে ফাটি নাযায় তাৰবাবে ১ মিনিট মান সময় জুইত সেকি লব)

মোৱা মাছ ১০০ গ্ৰাম

কেচাঁ জলকীয়া (আন্দাজমতে) 

আদা - ১/২ চামুচ (মিহিকৈ কাটি লব)

মিঠাতেল - ১/২ চামুচ

ধনীয়া পাত (মিহিকৈ কাটি লব)

পিয়াজ ( মিহিকৈ কাটি লব)

নিমখ (সোৱাদ অনুযায়ী) 

শুকান খৰিছা - ২চামুচ 


 প্ৰণালী: 

 মাছ কেইটা ভালদৰে বাচি ধুই লব ৷ 
এতিয়া ১ চামুচ মিঠাতেল মাছকেইটাত সানি লৈ কলপাতত এডাল সূতাৰে মেৰিয়াই ছবিত দেখুৱাৰ ধৰণে পেকেটৰ নিচিনাকৈ বনাই লব ৷
কলপাতৰ টোপোলাটো ৰঙা আঙঠাৰ জুইত নাইবা গৰম কেৰাহীত/তাৱাত কম জুইত ১৫ মিনিট মান ভালকৈ সেকি লব ৷
অলপ ঠান্দা হলে কলপাতৰ পৰা মাছখিনি পাত্ৰ এটাত উলিয়াই লব ৷
মাছখিনিৰ লগত পিয়াজ, আদা, জলকীয়া, ধনীয়া, নিমখ, তেল, খৰিছা  ভালকৈ সানি পৰিৱেশন কৰক ৷



৩.শেৱালি ফুলৰ লগত সৰু মাছ


সামগ্ৰী: 

 শুকান শেৱালি ফুল - এমুঠি
সৰু মাছ (যিকোনো যেনে: মোৱা, পুঠি, দৰিকণা ইত্যাদি ) - এমুঠি
কেচাঁ জলকীয়া - ইচ্ছানুসৰি 
নিমখ - সোৱাদ অনুযায়ী 
কলাখাৰ - ১/২ চামুচ ( বা খোৱা চ'দা এচিকুট)
মিঠাতেল - ১ চামুচ
নহৰু - ৪ বা ৫ ফোটা

প্ৰণালী:

কুহুমীয়া গৰম পানীত যতনাই শুকাই থোৱা শেৱালী ফুল এমুঠি ১০-১৫ মিনিট সময় তিয়াই থৈ দিয়ক ৷
এতিয়া ফুলখিনি পানীৰ পৰা ভালদৰে চেপি লওক ৷
বাচি ধুই লোৱা মাছকেইটাত অলপ নিমখ হালধি গুড়ি সানি গৰম মিঠাতেলত মাছকেইতা ভাজি লব ৷
সেই একে কেৰাহীতেই মাছ ভাজি ৰৈ যোৱা অলপ তেলত জলকীয়া দুটামান লগতে কেইফোটামান নহৰু ৰঙচুৱাকৈ ভাজি লওক ৷
এতিয়া কেৰাহীত ভাজি থোৱা মাছকেইতাৰ লগতে কলাখাৰ, নিমখ আৰু একাপ মান পানী দি কম জুইত সিজিবলৈ দিব ৷
পানী উতলি কমি আহিলে জুইৰ পৰা নমাই থব ৷
গৰম ভাতৰ লগত তিতা সোৱাদৰ জুতি লওক ৷

Friday, December 30, 2016

Ul Kosur Achar (Elephant foot yam pickle)



ওল কচুৰ আচাৰ

Ingredients:


  • Ul Kosu (elephant foot yam) - 3 cups grated or cut into small pieces
  • 2 tsp white vinegar or half cup of lemon juice  
  • Salt – 1 tsp
  • 3 tsp Mustard seed - roasted and crushed
  • 1 tsp paanch phoron - roasted and crushed
  • Turmeric Powder – 1/2 tsp
  • Garlic pods 10-12
  • Mustard oil
  • Red chili - as per you want 
  • Chili powder 2 tsp (optional)


Method:


  • Remove the outer skin of the yam very carefully and grate them or cut into very fine pieces.
  • Now boil them adding a pinch of salt and turmeric for about 10 minutes
  • Drain the water completely and let them dry under proper sunlight for about 1-2 days
  • In a pan heat mustard oil ..switch off the flame  and add the all the ingredients along with the sun-dried yam pieces.. Mix well..
  • Transfer to a sterilized glass jar.
  • If needed add more  mustard oil in the jar. The oil should be at least 1 inch above the pickle level.
  • Cover the jar with the lid and let it mature for 3-4 weeks before start using. ( keep in mind that the pickle requires a lot of sunlight to mature)




Friday, September 23, 2016

ৰঙা লাউ আগ/শাক - আলু ভাজি ( pumpkin shoots with potato )




ৰঙা লাউ আগ/শাক - আলু ভাজি 
Ingredients:

  • Pumpkin shoots - 1 -2 bunches
  • 1 potato ( cut into small pieces)
  • 1 onion (Finally chopped)
  • 1 tbs mustard oil
  • 1 tsp salt (according to your taste)
  • ½ tsp turmeric powder
Method:
  • Finally chop the tender parts of pumpkin shoots along with the tender leaves..
  • Now heat oil in a pan.
  • Add onion slices and fry them till brown in color
  • Now add finally chopped pumpkin shoots , potato pieces, turmeric powder and salt. Mix well...
  • Cover cook for 10 -15 minutes or till potatoes become tender.



গোল নেমু ... A variety of Lime....


গোল নেমু 

বৰ মানিমুনি শাক ...




বৰ মানিমুনি শাক ...
Eng Name: Asiatic Pennywort/ Indian Pennywort
Scientific Name: Centella asiatica

শুকান খৰিছা (Dry Bamboo Shoot)..


শুকান খৰিছা 

Ingredients:
  • Tender bamboo shoot 3
  • Thekera Tenga (Garcinia) 10 pieces
  • Salt (According to your taste)
  • Turmeric Powder 1 table spoon (optional)
Method:

  • Cut the horn-shaped bamboo shoot in half length ways, strip off the outer fibrous layers and then trim about 2cm off the base.
  • Now grate or cut the soft white, creamy portion of the bamboo shoot into fine pieces .
  • Transfer the fine pieces into a clean glass jar.
  • Add a little bit of water, salt, turmeric powder and few pieces of Thekera Tenga (Garcenia) and keep the jar sealed for 10-15 days.
  • After 15 days your fermanted bamboo shoot ( Poka Kharisa) is ready .
  • To make xukan Khorisa now the fermented bamboo shoot should be completely drained out.
  • Now spread and dry in sunlight .Bamboo shoot slices should be completely dried.
  • Store them in an air tight container for later use... You can use this xukan Khorisa in many dishes like.... Aloo pitika, Goroi Maas pura Pitka, in chicken/fish curry and many more......

Note: Instead of adding Thekera (Garcinia) you can also add the fermanted Bamboo shoots (Poka Khorisa/Baah Gaaj) from your previous batch...

অসমৰ গৌৰৱ……… ভূত/ ভোট জলকীয়া (Bhut Jolokia)




ভূত/ ভোট জলকীয়া (Bhut Jolokia)

Apart from Assam this extreme hottest chilli is also popular in entire North-East India region……

To know more click at...

টিয়হ -কঠাল গুটি-মাছৰ মূৰৰ খাৰ (cucumber- jack fruit seed- fish head khar)




টিয়হ -কঠাল গুটি-মাছৰ মূৰৰ খাৰ


Assamese people are well known as খাৰ খোৱা অসমীয়া় (Khar eaten Assamese)…Khar (Alkali) ...A signature dish of Assamese cuisine ..Our traditional Assamese meal always begins with 'Khar', a purely unique dish which is very simple to make and tasty to eat.....In my blog I have shared different types of Khar dishes... Today I have shared another Khar dish...

Ingredients:

  • Fried Fish head: 1 medium sized (Rahu or Catla)
  • Cucumber: 2-3 medium size
  • Jackfruit seed- 1 cup (cut into halfway)
  • Mustard oil: 2 tbsps
  • Crushed garlic cloves: 1/2 tbsp
  • Slit green chilies: 2
  • Salt: to taste
  • Kolakhar: 1 tbsp or sodium bicarbonate: 1/4 tsp

Method:
  • Peel and chop the cucumber
  • Heat oil and fry the garlic till brown.
  • Add the fried fish head pieces and stir for a minute.
  • Add chopped cucumber, jackfruit seeds and stir for about half a minute.
  • Add slit green chilies, salt,and kolakhar or sodium bicarbonate.
  • Add water and stir and close cover.
  • Cook for another 15 minutes and switch off the gas.
  • Khar is ready to be served with rice.